Posted inদেশ-বিদেশ

পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

নিউজ ডেস্কঃ আন্তৰাষ্ট্ৰীয় বজাৰত তেলৰ মূল্য বৃদ্ধি হোৱাৰ লগে লগে দেশত পুনৰ বৃদ্ধি পালে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য। তেল বিপনন কোম্পানীয়ে ২৮ ছেপ্টেম্বৰত জাৰি কৰা দাম অনুসৰি দেশত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ২০ পৰা ২২ পইছাকৈ বৃদ্ধি পাইছে আৰু ডিজেল প্ৰতিলিটাৰ ২৫ পইছা বৃদ্ধি পাইছে। ৰাজধানী চহৰ দিল্লীত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য হৈছেগৈ ১০১.৩৯ টকা […]