Posted inঅসম

চাবুৱা ডায়েটৰ উদ্যোগত আৰ্থ-সামাজিক জৰীপ আৰু গণ সজাগতামূলক কাৰ্যসূচী

চাবুৱাঃ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, ডিব্ৰুগড়ৰ বি.এড চতুৰ্থ ষান্মাসিকৰ প্ৰশিক্ষাৰ্থী সকলৰ উদ্যোগত চাৰিদিনীয়া কাৰ্যসূচীৰে এক আৰ্থ-সামাজিক জৰীপ আৰু গণসচেতনামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কাৰ্যসূচী অনুসৰি প্ৰথম দিনা ডায়েটৰ বাকৰিত ৫১ জোপা মূল্যবান গছপুলি ৰোপণ কৰা হয়। বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ১২১ নং চাবুৱা বিধানসভা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱাই। এই উপলক্ষে প্ৰশিক্ষাৰ্থী ভীমবৰ পাতিৰিয়ে আঁতধৰা […]