Posted inঅসম

‘ঝাৰু মৰাতেই শেষ নহয় স্বচ্ছতা কাৰ্যসূচী’

গুৱাহাটীঃ ঝাৰু দিয়া কাৰ্যটো যদিও পৰিচ্ছন্নতাৰ এক অংশ তথাপি ঝাৰুৰে আমি আৱৰ্জনা এঠাইৰ পৰা আন এঠাইলৈ চালিতহে কৰো। কিন্তু ইয়াতেই শেষ নহয় স্বচ্ছতা কাৰ্যসূচী। আচলতেএই আৱৰ্জনাবোৰৰ উপযুক্ত ব্যৱস্থাপনাৰে হ্ৰাসকৰণ, পচন,পুনৰ ব্যৱহাৰ আদি প্ৰক্ৰিয়াৰে পৰিৱেশৰ ভাৰসাম্যতাৰ বাবে আমি সদা সচেতন হ’ব লাগিব। জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান(DIET) কামৰূপৰ দ্বাৰা উদযাপিত বিশ্ব পৰিৱেশ দিৱসৰ ভাৰ্চুৱেল কাৰ্যসূচীত এনভাইৰণ […]