মাৰ্ঘেৰিটা: ডিগবৈত পিষ্টল সহ এজন যুৱকক আটক। ডিগবৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত যোৱা আৰক্ষীৰ অভিযানত পানবাৰী গাঁৱৰ পৰা আটক কৰে যুৱজ জনক। ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাবলৈ যাওঁতে পানবাৰী নিজা বাস গৃহৰ পৰা আটক টুলন চাংমাই নামৰ যুৱক জনক। দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত থকাৰ খবৰৰ ভিত্তিত ডিগবৈ আৰক্ষীৰ নিশা অভিযান যুৱক জনৰ […]
Tag: Digboi police
Posted inঅসম