ডিগবৈঃ ডিগবৈৰ পেঙেৰী পথৰ ভীমপথাৰত উদ্ধাৰ হৈছে শক্তিশালী বোমা। আপাৰ দিহিং সংৰক্ষিত বনাঞ্চলৰ কাষত উদ্ধাৰ হৈছে বোমাটো। আজি পুৱা ৬বজাত ডিগবৈ অভিমুখে যোৱা দুজনমান যুৱকে ৰাস্তাৰ দাঁতিত পুতি থোৱা অৱস্থাত এটা বাচন প্ৰত্যক্ষ কৰে। যুৱক দুজনে বাচনটো উলিয়াই আনোতে এডাল তাঁৰ প্ৰত্যক্ষ কৰোতে তাত বোমা থকা বুলি সন্দেহ ওপজে। ইয়াৰ পিছতেই লগে লগে আৰক্ষী-প্ৰশাসনক খবৰ […]
Tag: Digboi
Posted inASSAMESE NEWS