Posted inইষ্ট ম'জ' বিশেষ

লোকেলৰ পৰা গ্ল’বেলঃ ভাৰতৰ ডিজিটেল পেমেন্ট বিপ্লৱে বিশ্বক অনুপ্ৰাণিত কৰিছে

ৱেব ডেস্কঃ ভাৰতে ঘৰুৱাভাৱে গঢ়ি তোলা তাৎক্ষণিক পেমেন্ট ব্যৱস্থাই বাণিজ্যক পুনৰ নিৰ্মাণ কৰাৰ লগতে কেইবা নিযুত লোকক আনুষ্ঠানিক অৰ্থনীতিৰে সংযুক্ত কৰিবলৈ সক্ষম হৈছে। চৰকাৰে এই “ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি”ৰ ভেটি স্থাপন কৰিছিল আৰু ইয়াৰ আধাৰত এক বলিষ্ঠ ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব গঢ় লৈ উঠে।ই দৈনন্দিন জীৱনক অধিক সুবিধাজনক,ঋণ আৰু সঞ্চয়ৰ দৰে বেংকিং সেৱাসমূহ কেইবা নিযুত ভাৰতীয়লৈ সম্প্ৰসাৰিত কৰাৰ […]