নাজিৰাঃ বিপদজনক অৱস্থাত ইতিহাস প্ৰসিদ্ধ দিখৌ দলং৷ প্ৰায় ৭০ দশকতে নিৰ্মাণ হৈছিল নাজিৰাৰ দিখৌ দলং৷ সম্প্ৰতি এই দলংখনৰ ওপৰত বিপদজনক ভাবে ওলাই আছে ৰডৰ লগতে দ দ গাঁত ৷ ফলত দলঙেৰে যাতায়াত কৰোতে প্ৰায়েই দুৰ্ঘটনা সংঘটিত হয় ৷ অ’এন জি চিৰ বুজন পৰিমাণৰ গাড়ীৰ লগতে শিল-কয়লা পৰিবাহী গধুৰ গধুৰ যানবাহন দৈনিক চলাচল কৰে নাজিৰা দিখৌ […]