শিৱসাগৰ: যোৱা কিছুদিন ধৰি দিখৌ নদীৰ পানীৰ ৰং অস্বাভাৱিকভাৱে সেউজীয়া হৈ পৰাক কেন্দ্ৰ কৰি শিৱসাগৰ জিলাত যথেষ্ট চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে জিলাখনৰ বহু অঞ্চলৰ ৰাইজ চিন্তিত হৈ পৰিছে। প্ৰাপ্ত তথ্য মতে, ৰঙালী বিহুৰ উৰুকাৰ দিনা ঠায়ে ঠায়ে দিখৌ নদীত মাছ উপঙি থকা দেখা গৈছিল আৰু ইয়াৰ পিছতে নদীৰ পানীৰ ৰং নীলা হৈ তাৰ পিছত সেউজীয়া […]