Posted inঅসম

ছিপাঝাৰৰ খাৰখোৱাপাৰা প্ৰাথমিক বিদ্যালয়ৰ জৰাজীৰ্ণ অৱস্থা

ছিপাঝাৰঃ ছিপাঝাৰৰ দেওমৰনৈ নিকটৱৰ্তী খাৰখোৱাপাৰা প্ৰাথমিক বিদ্যালয়খনৰ আজিকোপতি নহ’ল মেৰামতি। ২০১৮ চনতেই প্ৰৱল ধুমুহাই টিনপাত উৰুৱাই নিয়াৰ লগতে বিদ্যালয় গৃহটিৰো ব্যাপক ক্ষতিসাধন কৰিছিল। তাৰপিছতেই পাথৰিঘাট ৰাজহ চক্ৰৰ তেতিয়াৰ তদানীন্তন চক্ৰ বিষয়া সহিতে এটি সজাতি দলে বিদ্যালয়খন পৰিদৰ্শন কৰিছিল যদিও বছৰ বছৰ ধৰি পৰিত্যক্ত অৱস্থাতে থাকিল বিদ্যালয়খন। শিক্ষা বিভাগ আৰু জিলা প্ৰশাসনক বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো […]