Posted inকলা-সংস্কৃতি/মনোৰঞ্জন, দেশ-বিদেশ

প্ৰসিদ্ধ অভিনেতা দিলীপ কুমাৰ পুনৰ চিকিৎসাধীন

পুনৰ অসুস্থ হৈ পৰিছে বলিউদৰ প্ৰসিদ্ধ অভিনেতা দিলীপ কুমাৰ। অভিনেতাগৰাকীক হিন্দুজা হাস্পতালৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছে।শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভোগাৰ বাবেই পুনৰ চিকিৎসালয়লৈ অনা হৈছে অভিনেতাজনক। যোৱা ৬ জুনত একে ধৰনৰ সমস্যাৰ বাবে একেখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । সুস্থ হৈ উঠাৰ বাবে মাত্ৰ ১০ দিনৰ পূৰ্বে দিলীপ কুমাৰক চিকিৎসালয়ৰ পৰা মুকলি কৰি নিয়া হৈছিল।ইফালে […]