Posted inৰাজনীতি

এইবাৰ কবিতাৰে ভূপেন বৰাক কটাক্ষ সাংসদ দিলীপ শইকীয়াৰ

গোৰেশ্বৰ: আগন্তুক গুৱাহাটী পৌৰনিগম নিৰ্বাচনত আটাইকেইটা ৱাৰ্ডতে বিজেপি মিত্ৰজোঁটে জয়লাভ কৰিব বুলি দাবী কৰিছে সাংসদ তথা দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই। গোৰেশ্বৰত বিজেপিৰ এখন দলীয় সভাত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত মঙলদৈ লোকভাৰ সমষ্টিৰ সাংসদ গৰাকীয়ে অহা ২২ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া পৌৰনিগম নিৰ্বাচনত মহানগৰবাসীয়ে বিজেপি মিত্ৰজোঁটক বিপুল ভোটত জয়লাভ কৰাব বুলি কয়। আনহাতে, সাংবাদিকে প্ৰদেশ […]