Posted inঅসম

ডিমা হাচাওত উগ্ৰপন্থীৰ প্ৰহাৰত দুজন লোকৰ মৃত্যু

নিউজ ডেস্ক : ডিমা হাচাও জিলাৰ মাইবাঙত ডিমাছা নেশ্যনেল লিবাৰেশ্যন আৰ্মি চমুকৈ DNLA উগ্ৰপন্থীৰ প্ৰহাৰত দুজন লোকে প্ৰাণ হেৰোৱাৰ লগতে আন কেইবাজন লোক গুৰুতৰভাৱে আহত হোৱা এক ঘটনা সংঘটিত হৈছে। প্ৰাপ্ত তথ্য মতে সোমবাৰে পুৱতি নিশা মাইবাঙৰ মনিগিপুৰ ডেজিগ্নেটেড কেম্পত DNLA গোটৰ একাংশ সদস্যই ডিমা হাচাও জিলাৰ বিভিন্ন স্থানৰ পৰা ৬ গৰাকী ব্যক্তিক অপহৰণ কৰি […]