Posted inঅসম

ডিমা হাছাও খেপ্ৰা স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসকসহ ৯ গৰাকী স্বাস্থ্যকৰ্মীক নিলম্বন

ডিমাহাছাওঃ ডিমা হাচাও জিলাৰ মাইবং মহকুমাৰ অন্তৰ্গত খেপ্ৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসকসহ ৯ গৰাকী স্বাস্থ্যকৰ্মীক নিলম্বন কৰা হৈছে। জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ কল্পনা কেম্প্ৰাই দেওবাৰে স্বাস্থ্য কেন্দ্ৰটোৰ ফাৰ্মাচিষ্ট, চিকিৎসককে ধৰি মুঠ নজন লোকক নিলম্বনৰ বাবে এক নিৰ্দেশনা জাৰি কৰে। তথ্য অনুসৰি, এগৰাকী গৰ্ভৱতী মহিলা স্বাস্থ্যকেন্দ্ৰটোত চিকিৎসাৰ বাবে গৈ চিকিৎসক-স্বাস্থ্যকৰ্মী নথকাত বিমুখ হৈ উভতিব […]