নিউজ ডেস্ক- NEEPCO য়ে ডিমা হাছাও জিলাৰ উমৰাংচোস্থিত খানডং বান্ধৰ ৬ খন কৈ গেট খুলি দিয়ে। তাৰ ফলত পৰিস্থিতি ভয়ংকৰ হৈ পৰে। কপিলী নৈৰ জলস্তৰ বৃদ্ধি পাব ধৰিছে। ইয়াৰ ফলত নগাঁও জিলাৰ যমুনামুখ, কামপুৰ আৰু তুম্পৰেং অঞ্চলত বানৰ আশংকাই দেখা দিছে। খানডং বান্ধ ডিমা হাছাও জিলাৰ অসম মেঘালয় সীমান্তৰ এলেকাত অৱস্থিত। এই খানডং বান্ধ মেঘালয়ৰ […]