Posted inঅসম

‘ছেমখৰ’ৰ বিৰুদ্ধে গুৱাহাটীত অভিৱৰ্তন; কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

গুৱাহাটী: দেওবাৰে অসম সাহিত্য সভাৰ জয়ন্ত কুমাৰ- লখিমী বৰুৱা সদনত, ডিমাছা ভাষাত নিৰ্মিত আইমী বৰুৱা ছেমখৰ চিনেমাখনৰ বিৰুদ্ধে এখন অভিৱৰ্তন অনুষ্ঠিত হয়। ডিমাছা অধিকাৰ সুৰক্ষা কাৰ্য্যকৰী সমিতিয়ে আয়োজন কৰা উক্ত অভিৱৰ্তনত চলচ্চিত্ৰখনৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বিশিষ্ট ডিমাচা শিল্পী পদ্মা বাঠাৰিয়ে সভাপতিত্ব কৰা অভিৱৰ্তনখন আঁত ধৰি যুৱ নেতা প্ৰনব দলেই ছেমখৰ চিনেমাখনত […]