Posted inঅসম

ডিম্পলে চিগাৰেট খোৱাৰ বাবে আশিক গুপ্তাই হত্যা কৰিলে ডিম্পলক

গুৱাহাটী : পোহৰলৈ আহিছে ডিম্পল হত্যাকাণ্ডৰ ৰহস্য। হত্যাকাণ্ড সংঘটিত কৰা কৰা আশিক গুপ্তাই আৰক্ষীৰ ওচৰৰ স্বীকাৰ কৰিলে হত্যাকাণ্ডৰ কাৰণ। ডিম্পলে চিগাৰেট খোৱাৰ বাবে আশিক গুপ্তাই হত্যা কৰিলে ডিম্পলক। অৱশেষত পোহৰলৈ আহিল উজান বজাৰৰ খাৰঘুলীৰ ডিম্পল হত্যাকাণ্ডৰ ৰহস্য। হত্যাকাৰী আশিক গুপ্তাই আৰক্ষীৰ ওচৰত স্বীকাৰ কৰা মতে ডিম্পলে চিগাৰেট খাই থকাৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হৈছে। লগতে […]