গুৱাহাটী : ছালৰ যত্ন আৰু সৌন্দৰ্যক এক নতুন মাত্ৰা দিয়াৰ উদ্দেশ্যেৰে ডিম্পী হিল এণ্ড গ্লোৱে লাষ্ট গেট গুৱাহাটীত এনাৰ্জি এস্থেটিক থেৰাপিউটিক কেন্দ্ৰৰ উদ্বোধন কৰে। ডিম্পিৰ হিল এণ্ড গ্লো হৈছে ছাল আৰু চুলিৰ চিকিৎসাৰ বাবে এক বিশেষ শক্তি নিৰাময় কেন্দ্ৰ।প্ৰবীণ সাংবাদিক প্ৰনয় বৰদলৈয়ে পাৰ্লাৰখন উদ্বোধন কৰে আৰু অসমৰ চলচ্চিত্ৰ অভিনেত্ৰী নিশিতা গোস্বামীও এই অনুষ্ঠানত উপস্থিত থাকে। […]