Posted inঅসম

পাৰ্বত্য জিলাৰ পৌৰকৰ্মীৰ অভাব অভিযোগক লৈ চৰকাৰৰ মুঠেও গুৰুত্ব নাই

ডিফুঃ সদৌ অসম পৌৰনিকায় কৰ্মচাৰী সন্থাৰ ষষ্ঠ অনুসূচী এলেকাভূক্ত কাৰ্বি আংলং আৰু ডিমা হাছাওৰ মাণ্ডলিক বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখন দেওবাৰে ডিফুত অনুষ্ঠিত হৈ যায় ৷ ডিফু মিউনিচিপালটি বোৰ্ডৰ কৰ্মচাৰী সন্থাৰ উদ্যোগত ৰবনচন ক্ৰ’ৰ পৌৰোহিত্যত ডিফু মিউনিচিপালটি বোৰ্ডৰ সভা কক্ষত অনুষ্ঠিত হোৱা সভাখনত মাণ্ডলিক সমিতিৰ লগতে সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ কেন্দ্ৰীয় সমিতিৰ কেইবাগৰাকী পৰ্যৱেক্ষকে অংশ […]