Posted inক্ৰীড়া

অলিম্পিকৰ উদ্ধোধনী অনুষ্ঠানত কোন কোন ভাৰতীয় খেলুৱৈয়ে অংশ ল’ব

নিউজ ডেস্ক: উদ্ধোধনী অনুষ্ঠানলৈ মাজত এটা দিন আছে যদিও অনিশ্চয়তাৰ মাজেৰে আৰম্ভ হৈছে অলিম্প্কৰ প্ৰৈৰম্ভিক ৰাউন্ডৰ খেলসমূহ । ইতিমধ্যে তিনিজনকৈ খেলুৱৈসহ ৭০ জনতকৈও অধিক বিদেশী লোকৰ দেহত ক’ভিড পোৱাৰ বাবেই অনিশ্চয়তাত থকা বিষয়টো এতিয়া কিছু শাম কাটিছে । এইবাৰ ট’কিঅ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত মাত্ৰ ৪৪ জন ভাৰতীয় খেলুৱৈকহে উপস্থিত থকাৰ অনুমতি প্ৰদান কৰা হৈছে। টীম […]