Posted inঅসম

পাৱাৰলুমৰ গামোচাৰ বিৰুদ্ধে ডিব্ৰুগড় প্ৰশাসনৰ অভিযান

নিউজ ডেস্কঃ সোমবাৰে Handloom Enforcement Squad ৰ অধিনত ডিব্ৰুগড় নিউ মাৰ্কেটৰ অন্তৰ্গত প্ৰায় ২০ খন দোকানত পাৱাৰলোমৰ গামোচাৰ বিৰুদ্ধে অভিযান চলোৱা হয়। অভিযানত বহিঃৰাজ্যৰ যন্ত্ৰচালিত তাত শালত বনোৱা ১৬৪৭ খন গামোচা জব্দ কৰে ডিব্ৰুগড় প্ৰশাসনে। জব্দ হোৱা ১৬৪৭ খন গামোচা ডিব্ৰুগড় প্ৰশাসনে জনোৱা অনুসৰি বজাৰ মূল্য প্ৰায় পাচ লাখ টকা হ’ব। এই অভিযানৰ নেতৃত্ব দিয়ে […]