Posted inঅসম

কাইলৈ পৰীক্ষা : পৰীক্ষাৰ্থীসকলৰ বাবে গুৰুত্বপূৰ্ণ হ’ব এইবোৰ দিশ

অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা কাইলৈ অৰ্থাৎ ২১ আগষ্ট আৰু ২৮ আগষ্টত সমগ্ৰ ৰাজ্যৰ ১২৫৮টা কেন্দ্ৰত অনুষ্ঠিত হ’ব। জৰুৰী সংবাদমেল সম্বোধন কৰি এই পৰীক্ষাৰ তদাৰকী প্ৰতিষ্ঠান ছেবাৰ সচিব অধ্যক্ষ ৰমেশ চান্দ জৈনে কয় যে পৰীক্ষা কঠোৰ সতৰ্কতাৰে অনুষ্ঠিত হ’ব আৰু পৰীক্ষাৰ সময়ত কোনো অশুভ ঘটনা সংঘটিত হ’ব নোৱাৰে।