Posted inঅসম

নিৰ্মাণ বন্ধৰ নিৰ্দেশ দিয়া চৰকাৰে কাজিৰঙাৰ এনিমেল কৰিড’ৰৰ অবৈধ নিৰ্মাণ কেতিয়া উচ্চেদ কৰিব

নিউজ ডেস্ক: উচ্চতম ন্যায়ালয়ে কাজিৰঙাৰ এনিমেল কৰিড’ৰত নিৰ্মাণ কৰা সকলো উচ্চেদ কৰিবৰ বাবে ২০১৯ চনৰ ১২ এপ্ৰিলতেই নিৰ্দেশ দিয়াৰ পিছতো নিৰ্মাণ কাৰ্য অবাধে চলি আছিল অঞ্চলটোত । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী বিচৰণত বাধা নহ’বৰ কাৰণে উদ্যান কৰ্ত্তৃপক্ষই চিহ্নিত কৰা ৯টা এনিমেল কৰিড’ৰত ব্যক্তিগত ভূমিতো সকলোধৰনৰ নিৰ্মাৰ্ণকাৰ্য বন্ধৰ নিৰ্দেশ দিছিল উচ্চতম ন্যায়ালয়ে । ন্যায়ালয়ৰ নিৰ্দেশক আংগুষ্ঠ […]