Posted inঅসম

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে মুকলি কৰিছে তিনিটা জৰুৰীকালীন টোল ফ্ৰী নম্বৰ

গুৱাহাটীঃ আজি ৰাজ্যত ৮ ঘণ্টাৰ ভিতৰত জোকাৰি যায় ১০টাকৈ ভূমিকম্পই। সমগ্ৰ ৰাজ্যবাসীয়ে ভূমিকম্পৰ আতংকত ত্ৰস্তমান । আজি জন সাধাৰণৰ সুবিধাৰ্থে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে মুকলি কৰিছে তিনিটা জৰুৰীকালীন টোল ফ্ৰী নম্বৰ । এই ধৰণৰ দুৰ্যোগৰ সময়ত বিশেষ সহায়ৰ বাবে ১০৭০ আৰু ১০৭৯ নম্বৰৰ জৰিয়তে ৰাজ্যিক জৰুৰীকালীন নিয়ন্ত্ৰণ কক্ষৰ সৈতে যোগাযোগ কৰিব পাৰিব । লগতে […]