Posted inঅসম

দিছপুৰ মহাবিদ্যালয়ৰ চুৰি হোৱা ৭৬ লাখতকৈ অধিক ধন উদ্ধাৰ

গুৱাহাটীঃ দিছপুৰ মহাবিদ্যালয়ত চুৰি হোৱা ধন উদ্ধাৰ। বৃহস্পতিবাৰে ৭৬ লাখ টকাৰো অধিক চুৰি হোৱা ধন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উক্ত ধনৰাশি চলিত বৰ্ষৰ এপ্ৰিলত কলেজৰ বেংক অফ বৰোদাৰ দিছপুৰ শাখা বেংক একাউণ্টৰ পৰা চুৰি হৈছিল। কলেজ কৰ্তৃপক্ষই তিনিটা কিস্তিত মুঠ ৭৬,৩৪,৯০০ টকা ঘূৰাই পাবলৈ সক্ষম হৈছে। বিশেষ সূত্ৰযোগে জানিব পোৱা অনুসৰি, বেংক কৰ্তৃপক্ষৰ দায়িত্বহীনতাৰ বাবেই […]