Posted inNews

গুৱাহাটীত অনুষ্ঠিত দিথলন ২.০

আমচোং চাহ ইষ্টেত ভাৰতীয় ষ্টেট বেংকৰ সহযোগত তিলিঙ্গা স্পৰ্টছ ক্লাব গুৱাহাটীয়ে যোৱা ১৯ ফেব্ৰুৱাৰীত আয়োজন কৰিছিল ২০ কিলোমিটাৰ চাইক্লিং আৰু ৫ কিলোমিটাৰ দৌৰৰ সৈতে এক অনন্য দৌৰ প্ৰতিযোগিতাৰ। এই দৌৰত অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু মেঘালয় ৰাজ্যৰ প্ৰায় ১০০ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। কিশোৰৰ পৰা ষাঠিৰ উৰ্ধৰ লোকলৈকে, অলিম্পিয়ানৰ পৰা প্ৰতিৰক্ষা কৰ্মীলৈকে,  পেছাদাৰীৰ পৰা আৰম্ভ […]