ডিফু: অসমৰ পাহাৰীয়া জিলা দুখনত শান্তি আৰু সম্প্ৰীতি পুনৰুদ্ধাৰৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে লোৱা প্ৰচেষ্টা হিচাবে আজি আন এক বৃহৎ সফলতা লাভ কৰে। পাহাৰীয়া জিলা দুখনৰ শক্তিশালী বিদ্ৰোহী গোট DNLA এ তেওঁলোকৰ দাবী শান্তিপূৰ্ণ ভাৱে সমাধান কৰিবলৈ আৰু মূলসুঁতিত যোগদান কৰিবলৈ আলোচনাৰ মেজত আহিবলৈ সিদ্ধান্ত লৈছে। শান্তি প্ৰক্ৰিয়াৰ প্ৰথম পদক্ষেপ ২০২১ চনৰ ২৪ আগষ্টত ধনশিৰিৰ দৌজিংফাং […]