Posted inঅসম

চাৰি সন্তানক এৰি পতি-পত্নীৰ পুনৰ সংসাৰ

ডবকাৰ ঘনীয়াৰপাৰত সংগঠিত হৈছে এক হৃদয় বিদাৰক ঘটনা ৷ পিতৃ- মাতৃ অবিহনে অকলশৰীয়া হৈ জীৱন পাৰ কৰিছে চাৰি কিশোৰে ৷ চাৰিটা লৰাৰ দায়িত্ব পালনত এতিয়া সমস্যাৰ সন্মুখীন হৈছে | আৰ্থিক ভাবে দৰিদ্ৰ পৰিয়ালটো বৃদ্ধা আইতাকে চাৰিওটা নাতিক লৈ উপা নাইকীয়া অবস্থাৰ সৃষ্টি হৈছে পৰিয়ালটোত | হোজাই জিলাৰ অন্তগৰ্ত মোৰাঝাৰ থানাৰ অন্তৰ্গত আমবাৰী গাঁও পঞ্চায়তৰ অধীনস্থ […]