Posted inঅসম

অবৈধভাৱে কৰ সংগ্ৰহ কৰাৰ অভিযোগত ডবকাৰ টোলগেটত উত্তপ্ত পৰিস্থিতি

ডবকাঃ ডবকাৰ টোলগেটত পুনৰ উত্তপ্ত পৰিস্থিতি। টোলগেটৰে যাতায়ত নকৰা বাহনৰ পৰা কৰ সংগ্ৰহ কৰাক লৈ উত্তপ্ত পৰিস্থিতি। অবৈধভাৱে কৰ সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন। লগতে টোলগেট কৰ্তৃপক্ষই বাহন চালকৰ লগত দুব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে একাংশই। লগতে পঢ়কঃ দিখৌমুখত শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ বিশাল মানৱ শৃংখল কাৰ্যসূচী টোলগেটৰ দুয়োপাৰে বাহন ৰখাই প্ৰতিবাদ সাব্যস্ত কৰে একাংশ লোকে। টোলগেট […]