Posted inঅসম

মহানগৰীৰ প্ৰতীক্ষা হস্পিতালত কৰ্মৰত দুই ভুৱা চিকিৎসক আটক

গুৱাহাটীঃৰাজ্যত চলিছে ভুৱা চিকিৎসকৰ দপদপনি। গুৱাহাটীৰ এখন আগশাৰীৰ চিকিৎসালয় ‘প্ৰতীক্ষা হাস্পতাল’ত কৰ্মৰত দুই ভুৱা চিকিৎসক জালত পৰিল মহানগৰী আৰক্ষীৰ । ধৃত চিকিৎসকদ্বয় হৈছে মনোৰঞ্জন ৰয় আৰু হৃষীকেশ ভূঞা ৷ ৰোগীৰ জীৱনৰ লগত হেতালি খেলা এই দুই ভুৱা চিকিৎসকে ২০১৯চনৰ পৰা চিকিৎসক হিচাপে হস্পিতালখনত কাম কৰি আছিল । ভুৱা প্ৰমাণ-পত্ৰ দেখুৱাই হাস্পতালখনত চিকিৎসক হিচাপে নিয়োজিত হৈছিল […]