ৰাজ্যত পুনৰ আৰম্ভ হৈছে চিকিৎসকক আক্ৰমণ। ডিব্ৰুগড়ত নিজ গৃহতে এজন চিকিৎসকক হত্যাৰ অপচেষ্টা দুজন যুৱকৰ। বৈৰাগীমঠৰ কিৰণ শইকীয়া আৰু ৰুমা শইকীয়াৰ পুত্ৰ ডাঃ গীতাৰ্থ শইকীয়া। চিকিৎকজনৰ নাম ডাঃ গীতাৰ্থ শইকীয়া। জানিব পৰা মতে, চিকিৎসক হিচাপে মাজুলিত ইণ্টাৰ্ণশ্বিপ কৰি ডাঃ গীতাৰ্থ শইকীয়াই মাজুলীৰ পৰা আহি নিজ গৃহত উপস্থিত হয়। আৰু অলপ সময়ৰ পাছতে দুজন যুৱক চিকিৎসক […]