হোজাইঃ হোজাই জিলা লংকা থানাৰ অন্তৰ্গত ফুলতলীৰ মডেল হস্পfতালৰ কোভিড চিকিৎসালয়ত চিকিৎসক-নাৰ্ছক আক্ৰমণৰ ঘটনাৰ লগত জড়িত ২৪জনক গ্ৰেপ্তাৰ। গ্ৰেপ্তাৰ কৰা লোক কেইজন হৈছে মহম্মদ কমৰোদ্দিন, মহম্মদ জয়নাল উদ্দিন, ৰেহানুদ্দিন,ছাইদুল আলম, ৰহিম উদ্দিন, ৰাজুল ইছলাম, টৈবুৰ ৰহমান, চাহিল ইছলাম, ৰহিমুদ্দিন, আব্দুল কালাম, নজৰুল ইছলাম, আব্দুল গুমি, দিলৱাৰ হুছেইন, আব্দুল হুছেইন, আনোৱাৰ, নাছিৰুদ্দিন, আলীমুদ্দিন, জামিল আহমেদ, ছাৰিফুদ্দিন, […]