নিউজ ডেস্ক : ভাৰতত চিকিৎসক সকলৰ ওপৰত হৈ থকা আক্ৰমণৰ ঘটনা বৃদ্ধি পাবলৈ ধৰাৰ প্ৰতিবাদত আৰু তেওঁলোকৰ নিৰাপত্তাৰ দাবীত ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনে আজি দেশজুৰি প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰে। উল্লেখযোগ্য যে এই একে উদ্দেশ্যৰে ছিকিমৰ এগৰাকী চিকিৎসকে যোৱা ৬ বছৰ ধৰি এখন যুঁজ চলাই আহিছে। সুমিত পেৰিৱাল নামৰ চিকিৎসক গৰাকীয়ে যোৱা ৬ টা বছৰে ভাৰতৰ চুকে […]