তিনিচুকীয়া : ধৰ্ষণৰ অভিযোগত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত কৰ্মৰত এজন চিকিৎসকক সোমবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ধেমাজিৰ বাসিন্দা অভিযুক্ত ডাঃ সোনমণি ভুঞা নামৰ চিকিৎসক গৰাকী অসম চিকিৎসা মহাবিদ্যালয়ৰ ছাৰ্জিকেল ইউনিটৰ পঞ্জিয়ক। ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক স্বেতাং মিশ্ৰই জনোৱা মতে এগৰাকী মহিলা চৰকাৰী চিকিৎসকে ডাঃ ভুঞাৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গোচৰ এক গোচৰ ৰুজু কৰে। চিকিৎসক গৰাকীৰ মতে ভুঞাই […]