Posted inদেশ-বিদেশ

অস্কাৰৰ বাবে মনোনীত দলিত মহিলা সাংবাদিকৰ কাহিনীৰে নিৰ্মিত তথ্যচিত্ৰ

নিউজ ডেস্ক: চলচ্চিত্ৰৰ অন্যতম সৰ্বোচ্চ সন্মান অস্কাৰ বঁটাৰ বাবে মনোনীত হৈছে ভাৰতৰ এখন তথ্যচিত্ৰ। তথ্যচিত্ৰ নিৰ্মাতা ৰিণ্টু থমাছ আৰু সুস্মিত ঘোষৰ তথ্যচিত্ৰ ‘Writing With Fire’ এই বৰ্ষৰ ‘পূৰ্ণদৈৰ্ঘ্যৰ শ্ৰেষ্ঠ তথ্যচিত্ৰ’ৰ বাবে মনোনীত হৈছে। ‘Writing With Fire’- ত উত্তৰ প্ৰদেশৰ পৰা প্ৰকাশিত ‘খবৰ লহৰিয়া’ (Khabar Lahariya) নামৰ সংবাদপত্ৰখনৰ কাহিনী তুলি ধৰা হৈছে। উল্লেখযোগ্য যে Khabar Lahariya […]