নিউজ ডেস্কঃ মানুহৰ চখবোৰ সঁচাই আচৰিত। নিজৰ চখ পূৰণ কৰিবলৈ মানুহে কি কি যে নকৰে। কোনোবাই গোটেই শৰীৰতে টেটু আঁকি লয়। কোনোবাই আকৌ নিজকে কুৎসিত কৰিবলৈও ৰূপ সলনি কৰি লয়। মাজে মাজে এই ধৰণৰ বিভিন্ন খবৰে ছ’চিয়েল মিডিয়াত চৰ্চা লাভ কৰে। কিন্তু এইবাৰ জাপানৰ এজন যুৱকে ছ’চিয়েল মিডিয়াত বিশেষভাৱে চৰ্চা লাভ কৰিছে। নিজকে কুকুৰলৈ ৰূপান্তৰিত […]