Posted inঅসম

গুৱাহাটী বিমানবন্দৰৰ নিকৃষ্ট কাণ্ড: শাৰীৰিক বাধাগ্ৰস্ত ৮০ বছৰীয়া বৃদ্ধাক উলংগ কৰি তালাচী!

গুৱাহাটী: গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত আজি সংঘটিত এক অভাৱনীয় কাণ্ডত এগৰাকী ৮০ বছৰীয়া শাৰীৰিক বাধাগ্ৰস্ত মহিলাক নিৰাপত্তা তালাচীৰ নামত উলংগ হ’বলৈ বাধ্য কৰোৱা হ’ল। ভুক্তভোগী মহিলা গৰাকী নাগালেণ্ডৰ বিশিষ্ট লেখিকা, নৃতত্ত্ববিদ ডলি কিকনৰ মাতৃ Mhalo Kikon বুলি জানিব পৰা গৈছে। নিজৰ টুইটাৰত ডলি কিকনে গুৱাহাটী বিমানবন্দৰত নিৰাপত্তাৰক্ষীয়ে তেওঁৰ মাতৃৰ ওপৰত চলোৱা তালাচীৰ কথা বৰ্ণনা কৰি কয়, […]