Posted inদেশ-বিদেশ

সোমবাৰৰ পৰা ১০০ শতাংশ যাত্ৰীৰে দেশীয় বিমান সেৱা

নিউজ ডেস্কঃ দেশত দৈনিক ক’ভিড সংক্রমণৰ হাৰ নিম্নগামী হৈছে৷ এনে পৰিপ্রেক্ষিততে অহা ১৮ অক্টোবৰৰ পৰা এশ শতাংশ যাত্রীয়ে দেশীয় বিমান সেৱা অব্যাহত হ’ব বুলি ঘোষণা কৰিছে কেন্দ্রীয় অসামৰিক বিমান পৰিবহণ মন্ত্রালয়ে৷ কেন্দ্রীয় অসামৰিক বিমান পৰিবহণ মন্ত্রালয়ে প্রকাশ কৰা মতে, বর্তমান ৮৫ শতাংশ যাত্রীৰে দেশীয় বিমান সেৱা চলি আছে৷ বিমান যাত্রীৰ চাহিদাৰ প্রতি লক্ষ্য ৰাখি দেশৰ […]