নিউজ ডেস্কঃ আমেৰিকাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এজন প্ৰাক্তন ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে চলিব ৩৪ টাকৈ অপৰাধমূলক গোচৰ। নাম নকলেও এতিয়া গম পাইছে কোন এই প্ৰাক্তন ৰাষ্ট্ৰপতি। ৪ এপ্ৰিলত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ম্যানহাটান আদালতৰ সন্মুখত আত্মসমপৰ্ণ কৰিছিল আৰু তাৰ পিছতেই তেওঁক আদালতত ন্যায়াধীশৰ সন্মুখত লৈ যোৱা হয়। আদালতত শুনানিৰ সময়ত ন্যায়াধীশ জুয়ান মাৰ্চেণ্টে ভিডিঅ’গ্ৰাফী তথা ফটোগ্ৰাফী কৰাৰ […]