Posted inNews

এজনো যাত্ৰী নোহোৱাকৈ চলা এখন যাত্ৰীবাহী ৰে’লগাড়ীৰ আজৱ কাহিনী

ডুমডুমা, ২৩ ফেব্ৰুৱাৰী: মাকুম-ডাঙৰী শাখা ৰে’লৱেৰ অন্তৰ্ভুক্ত মাকুমৰ উজনিৰ বৰহাপজান,  হাঁহচৰা,  ডুমডুমা,  ৰূপাই,  তালাপ আৰু ডাঙৰী ষ্টেচন অঞ্চলৰ লগতে ধলা আদি ব্যৱসায়িক ঠাইৰ ৰাইজে ৰে’ল বিভাগৰ ওচৰত কিছু বছৰ পূৰ্বে দাবী জনাইছিল যে এই অঞ্চলটোৰ ৰাইজে যাতে কম খৰছত জিলাৰ সদৰ তিনিচুকীয়াৰ ফালে সুচলভাৱে যাতায়ত কৰিব পাৰে তাৰ বাবে শাখাটোত এখন যাত্ৰীবাহী ৰেল প্ৰৱৰ্তন কৰিব […]