Posted inঅসম

ডুমডুমাৰ হাঁহচৰা চাহ বাগিচাত লোমহৰ্ষক হত্যাকাণ্ড

ডুমডুমাঃ ডুমডুমাৰ হাঁহচৰা চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি। বাগিচাখনৰ ১২নং লাইনৰ খেলপথাৰত হোৱা ফুটবল খেলত সামান্য মতানৈক্যৰ ফলত জুগনু তাঁতী নামৰ এগৰাকী যুৱকক একে লাইনৰ ৰমেন চিকা নামৰ লোকজনে চোকা অস্ত্ৰৰে আঘাত কৰি হত্যা কৰে। জানিব পৰা মতে, ফুটবল খেলি থাকোতে জুগনু তাঁতীৰ সৈতে হত্যাকাৰী ৰমেন চিকাৰ পুত্ৰৰ মতানৈক্য হয়, এই বিষয়ে জানিবলৈ পাই সততে কাজিয়া-পেচালত […]