Posted inঅসম

অমৰজ্যোতি দে’ৰ মৃতদেহৰ সন্ধানত মেঘালয়লৈ ৰাওনা আৰক্ষীৰ দল

নিউজ ডেস্কঃ ডাবল মাৰ্ডাৰৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে অসম আৰক্ষী দলে। মেঘালয়ৰ পৰা শংকৰী দে’ৰ মৃতদেহ আৰক্ষীয়ে ইতিমধ্যে উদ্ধাৰ কৰিছে যদিও অমৰজ্যোতি দে’ৰ মৃতদেহ এতিয়াও উদ্ধাৰ হোৱা নাই। আজি পুৱাই অসম আৰক্ষীৰ এটা দল তিনিওজন অভিযুক্তক লগত লৈ মেঘালয়লৈ ৰাওনা হৈছে। মেঘালয়ত অমৰজ্যোতিৰ মৃতদেহৰ সন্ধানত অভিযান চলাব আৰক্ষীয়ে । উল্লেখযোগ্য যে, বন্দনা কলিতা নামৰ মহিলাগৰাকীয়ে […]