কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে পুৰকায়স্থই সংবাদ মাধ্যমৰ আগত জনাই যে কংগ্ৰেছ যুৱ সভানেত্ৰী অংকিতা দত্তক দলৰ প্ৰাথমিক সদস্য পদৰ পৰা ইতিমধ্যে নিলম্বন কৰা হৈছে। কিছুদিন পূৰ্বেই অংকিতা দত্তই ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাসৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল। দত্তই কৈছিল যে প্ৰায় ৬ মাহ ধৰি তেওঁ নিৰ্যাতনৰ সন্মুখীন হৈ আহিছে। আনকি শ্ৰীনিবাসৰ বিৰুদ্ধে এজাহাৰো […]