Posted inকলা-সংস্কৃতি/মনোৰঞ্জন

Bhupen Hazarika Birth Anniversary: শ্বিলং পিকত এটা ভেড়া চৰোৱা ল’ৰাৰ পৰাই সৃষ্টি হৈছিল ‘তোমাৰ উশাহ কহুৱা কোমল’

নিউজ ডেস্কঃ সন্ধিয়াৰ সময় আছিল। সেই সময়ত শ্বিলং পিকত অলপ অলপ নিয়ৰ পৰিবলৈ আৰম্ভ কৰিছিল। সুধাকন্ঠ ভূপেন হাজৰিকাৰ লগত আছিল গুৰুদত্তৰ ভাতৃ আত্মাৰাম। আত্মাৰামক শ্বিলং পিক ফুৰাই ঘূৰি আহোতে ৰাস্তাত ভেড়াচৰোৱা এটা ল’ৰাই কিবা এটা গুণগুণাই আছিল। অলপ সময়লৈকে সেই সুৰটো সুধাকন্ঠৰ মনত গুঞ্জৰিত হৈ আছিল। হোটেললৈ ঘূৰি আহি তেওঁৰ হাৰমনিয়ামত সুৰ তুলি তেতিয়াই সৃষ্টি […]