Posted inঅসম

ড০হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছৰে পৰা মানৱ অধিকাৰ উলংঘনৰ ঘটনা সংঘটিত হৈ আছে : ড০ দিব্যজ্যোতি শইকীয়া

গুৱাহাটীঃ অসমত এনকাউণ্টাৰৰ নামত মুকলি হত্যাকাণ্ড সংঘটিত হৈ আছে। এনকাউণ্টাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজকৰ্মী ড০ দিব্যজ্যোতি শইকীয়াই কয় যে ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছৰে পৰা অসমত মানৱ অধিকাৰ উলংঘনৰ শ শ ঘটনা সংঘটিত হৈছে। অসম আৰক্ষীৰ এটা অংশই কেৱল সন্দেহযুক্ত অপৰাধীকে নহয়, নিৰীহ লোককো […]