Posted inঅসম

চৰকাৰৰ বিফলতাৰ বাবেই বৃদ্ধি পাইছে গণ প্ৰহাৰৰ ঘটনা : ডঃ দিব্যজ্যোতি শইকীয়া

গুৱাহাটী : চৰকাৰৰ বিফলতাৰ বাবেই বৃদ্ধি পাইছে গণ প্ৰহাৰৰ ঘটনা। কঠোৰ আইন প্ৰণয়ন নোহোৱাৰ বাবাই বাৰম্বাৰ সংঘটিত হৈ আছে গণ প্ৰহাৰৰ নিচিনা ঘটনা। পূৰ্বে অসমীয়া মানুহৰ মাজত এই প্ৰৱণতা নাছিল যদিও শেহতীয়াকৈ বৃদ্ধি পাইছে এই প্ৰৱণতা। যোৰহাটৰ গণ প্ৰহাৰৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মানৱ অধিকাৰ তথা সমাজ কর্মী ডঃ দিব্যজ্যোতি শইকীয়াই। সোমবাৰে যোৰহাটত ৫০ […]