Posted inঅসম

কোৰোনাত আক্ৰান্ত বিশিষ্ট সাহিত্যিক লক্ষ্মীনন্দন বৰা

গুৱাহাটীঃ কোৰোনাত আক্ৰান্ত বিশিষ্ট সাহিত্যিক ড০ লক্ষ্মীনন্দন বৰা। বৰ্তমান মহানগৰীৰ এক্সেল কেয়াৰ হস্পিতালৰ আইচিইউত চিকিৎসাধীন হৈ আছে সাহিত্যিক গৰাকী। হাওঁফাওঁত সংক্ৰমণ হৈছে সাহিত্যিক গৰাকীৰ। ২০ মেত কৰোনাত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি কৰাইছিল লক্ষ্মীনন্দন বৰাক । স্বাস্থ্যৰ অবনতি ঘটাত ২৪ মেৰ পৰা ICUত ভৰ্তি কৰোৱা হয়। চিকিৎসকৰ মতে হাইপাৰকেপনিয়াত আক্ৰান্ত হৈছে ড° বৰা । তেজত কাৰ্বন […]