Posted inঅসম

বিশিষ্ট সাহিত্যিক নগেন শইকীয়াৰ বৰাকক অসমৰ পৰা পৃথক কৰা বক্তব্যক লৈ তুমুল প্ৰতিক্ৰিয়া

অসমীয়া ভাষাক বৰাকত চূড়ান্ত অপমানৰ পিছত বিশিষ্ট সাহিত্যিক ড° নগেন শইকীয়াই শান্তিৰ বাবে বৰাকক অসমৰ পৰা পৃথক কৰাৰ বাবে মত পোষণ কৰা বিষয়টোক লৈ ৰাজ্যজুৰি তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । সাহিত্যিক গৰাকীয়ে নিজৰ বক্তব্যত কৈছিল ককাই ভাইৰ মাজত সংঘাত লাগিলে মাটি বাৰী ভাগ কৰি লয়, বৰ্তমান সময়ত অসমৰ মানুহে এই বিষয়টো গুৰুত্ব সহকাৰে বিবেচনা কৰাৰ […]