Posted inঅসম

তাজ বিভান্তাৰ নৈশ পাৰ্টীৰ আয়োজক, হাই প্ৰফাইল আমোলা-আৰক্ষীকো তদন্তৰ আওতালৈ অনাৰ দাবী জাতীয় পৰিষদৰ

গুৱাহাটী : ৰাজপথত দুৰ্ঘটনা কৰি শিৰোনাম দখল কৰা ৰাজকণ্যা বৰুৱা আৰু ৰাজকণ্যাক চিকিৎসাধীন কৰোৱা ডাঃ নভনীল বৰুৱাৰ প্ৰসংগত এইবাৰ সৰৱ হৈ পৰিছে অসম জাতীয় পৰিষদ৷ জাতীয়তাবাদী ৰাজনৈতিক দলটোৰ মতে, ঘটনাটোত আৰক্ষীয়ে অভিযুক্ত কৰা ডাঃ নভনীল বৰুৱাই ভুল কৰিছে নে শুদ্ধ কৰিছে সেয়া আদালতে বিচাৰ কৰিব৷ কিন্তু বিষয়টোক লৈ বিশেষ বিতৰ্ক হ’বলৈ দি চৰকাৰে মূল্যবৃদ্ধিৰ দৰে […]