গুৱাহাটীঃ অসম চৰকাৰৰ ‘প্ৰজ্ঞান ভাৰতী’ আঁচনিৰ অধীনত প্ৰাথমিক শাখাৰ ১৪৯ শিক্ষাখণ্ড আৰু মাধ্যমিক শাখাৰ ৩৪ খন জিলাৰ বিদ্যালয়ৰ পৰিদৰ্শকৰ কাৰ্য্যালয়লৈ বিনামূলীয়া পাঠ্যপুথি বিতৰণ। মহানগৰীৰ বোন্দাস্থিত অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডৰ কেন্দ্ৰীয় ভঁৰালত আয়োজিত অনুষ্ঠানৰ শুভাৰম্ভণি কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। ২০২২-২৩ বৰ্ষৰ পহিলা দিনতে ছাত্র-ছাত্ৰীৰ হাতত তুলি দিয়া হ’ব এই পাঠ্যপুথি। ইতিমধ্যে […]