নিউজ ডেস্কঃ ক’ভিড-১৯য়ে সমগ্ৰ দেশৰ জনগণক বিবুধিত পেলাইছে। এই ভাইৰাছৰদ্বাৰা আক্ৰান্তৰ সংখ্যা ক্ষীপ্ৰতাৰে বৃদ্ধি পাই আছে। এই সময়তে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ (ICMR) মহামাৰী বিজ্ঞান বিভাগৰ মুৰব্বী ড০ সমীৰণ পাণ্ডাৰ এক মন্তব্যই দেশবাসীক কিছু সকাহ দিছে। ১১ মাৰ্চৰ পৰা ভিতৰত ভাৰতত কোভিড-১৯ এক সাধাৰণ ৰোগত পৰিণত হ’ব পাৰে বুলি তেওঁ দাবী কৰিছে। যদি কোৰোনাৰ আৰু কোনো […]