নিউজ ডেস্ক: সিদিনা তাৰিখ আছিল ৯ মে, ২০১৪ চন। স্থান: অসম চিকিৎসা মহাবিদ্যালয় চৌহদ। পুৱাই ডিঙিৰ থেটিস্কোপডাল বেগত ভৰাই লৈ নিশাৰ কৰ্তব্য সামৰি ঘৰলৈ বুলি সাজু হৈছিল তেওঁ। কোনেনো জানিছিল, সেয়াই আছিল তেওঁৰ বাবেও জীৱনৰ সামৰণি! প্ৰায়েই কথা পতা সহকৰ্মী চিকিৎসক ডাঃ দীপমণি আৰু একেখন চিকিৎসালয়ৰে ৱাৰ্ডবয় কিৰো মেচৰ এক ভয়ংকৰ ৰূপৰ মুখামুখি হৈছিল তেওঁ। […]