তেজপুৰ: তেজপুৰত এবিধ নতুন প্ৰজাতিৰ জিঞা উদ্ধাৰ কৰা হৈছে। জিঞা প্ৰজাতিটোক দুগৰাকী মহিলাৰ প্ৰতি সন্মান জনাই তেওঁলোকৰ নামেৰে নামাংকিত কৰা হয়। North East Network –ৰ প্ৰতিষ্ঠাপক মনিষা ‘বেন’ বেহাল আৰু Greenhub Foundation –ৰ প্ৰতিষ্ঠাপক ৰীতা বেনাৰ্জীৰ নামেৰে নতুন জিঞা প্ৰজাতিটোক, ব্ৰহ্মপুত্ৰ পিকটেইল- Platygomphus benritarum, নামাংকিত কৰা হয়। গৱেষক শান্তনু যোশী আৰু অনুজা মিতলে এই জিঞাবিধক আৱিষ্কাৰ […]