ধেমাজিঃ ধেমাজিত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা । ধেমাজি উপায়ুক্ত কাৰ্যালয়ৰ কাষত নিৰ্মাণ কৰি থকা ড্ৰেইন ৱাল খহি গুৰুত্বভাৱে আহত এজন শ্ৰমিক। লগতে পঢ়কঃটীয়কৰ বলমাত পুঠী নদীত ভাগিল ৰিং বান্ধ,কেইবাখনো গাঁও প্লাবিত জানিব পৰামতে লোকজনে ড্ৰেইনৰ ফৰ্মা খুলিবলৈ যাওঁতে ড্ৰেইনৰ ৱাল খহি লোকজনৰ গাত হেঁচা মাৰি ধৰে । গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত লোকজনক ধেমাজি ৰ […]