Posted inউত্তৰ-পূৱ

ৰাষ্ট্ৰপতি ভৱনত ২০২৩ বৰ্ষৰ তিনিটা পদ্ম বিভূষণ, চাৰিটা পদ্মভূষণ আৰু ৪৭ টা পদ্মশ্ৰী বঁটা প্ৰদান কৰে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে

ৰাষ্ট্ৰপতি ভৱনৰ দৰবাৰ হলত কালি (২২ মাৰ্চ, ২০২৩) আড়ম্বৰপূৰ্ণভাৱে এক অলংকৰণ সমাৰোহ অনুষ্ঠিত হয়। এই অনুষ্ঠানত ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ২০২৩ বৰ্ষৰ বাবে তিনিটা পদ্ম বিভূষণ, চাৰিটা পদ্মভূষণ আৰু ৪৭ টা পদ্মশ্ৰী বঁটা প্ৰদান কৰে। অনুষ্ঠানত ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী জগদীপ ধনখাৰ, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ অধ্যক্ষ শ্ৰী ওম বিৰলা, কেন্দ্ৰীয় গৃহ মন্ত্ৰী […]